Аль-Мухтасар · Тафсир · на ассамском
الماعون
Аль-Маун
Мелочь · Мекканская · 7 аятов
107:1Страница 602
أَرَءَيۡتَ ٱلَّذِي يُكَذِّبُ بِٱلدِّينِ ١
Видел ли ты того, кто считает ложью воздаяние?
আপুনি সেইজনক চিনি পায়নে, যিয়ে ক্বিয়ামতৰ দিনা ভাল- বেয়া পৰিণাম দিয়াক অস্বীকাৰ কৰে?
সি সেই ব্যক্তি যিয়ে প্ৰয়োজনৰ সময়ত উপস্থিত হোৱা অনাথক কঠোৰ ব্যৱহাৰ কৰি খেদি পঠিয়ায়।
আৰু ভিক্ষাৰীক খাদ্য খুৱাবলৈ নিজকে, আনকি বেলেগকো প্ৰেৰণা নিদিয়ে।
107:4–5Страница 602
فَوَيۡلٞ لِّلۡمُصَلِّينَ ٤
Горе молящимся,
ٱلَّذِينَ هُمۡ عَن صَلَاتِهِمۡ سَاهُونَ ٥
которые небрежны к своим намазам,
ধ্বংস আৰু শাস্তি সেইসকল নামাজীৰ বাবে, যিসকলে নিজৰ ছালাতত অমনোযোগী, অযথা মূল্যৱান সময় বিনষ্ট কৰে।
যিয়ে আনক দেখুৱাবলৈ ছালাত আদায় কৰে আৰু কৰ্ম কৰে। একনিষ্টভাৱে আল্লাহৰ বাবে কৰ্ম বা আমল নকৰে।
আৰু সেইবোৰ বস্তুৰ জৰিয়তে আনক সহযোগ কৰাত কুন্ঠাবোধ কৰে যাৰ দ্বাৰা সহযোগ কৰাত কোনো ক্ষতি নাই।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии