Аль-Мухтасар · Тафсир · на ассамском
الزلزلة
Аз-Зальзаля
Сотрясение · Мединская · 8 аятов
যেতিয়া ক্বিয়ামতৰ দিনা পৃথৱীক অতি প্ৰবল ভাৱে কপোৱা হব।
আৰু যেতিয়া পৃথিৱীয়ে তাৰ ভিতৰত মজুত থকা মৃতসমূহ আৰু আন আন বস্তুবোৰক বাহিৰলৈ উলিয়াই দিব।
আৰু যেতিয়া মানুহে ক্লান্ত হৈ কব যে, পৃথিৱীৰনো কি হৈছে এনেদৰে যোৰে যোৰে কঁপি আছে কিয়?
সেই ভীষণ দিনত পৃথিৱীয়ে কৈ দিব যে, তাৰ ওপৰত কি কি ভাল- বেয়া কৰা হৈছে।
কিয়নো আল্লাহ তাআলাই ইয়াক ভালকৈ জানে আৰু তেৱেঁই ইয়াক আদেশ দিব।
99:6Страница 599
يَوۡمَئِذٖ يَصۡدُرُ ٱلنَّاسُ أَشۡتَاتٗا لِّيُرَوۡاْ أَعۡمَٰلَهُمۡ ٦
В тот день люди выйдут толпами, чтобы им показали их деяния.
সেই ভীষণ দিনত যেতিয়া পৃথিৱীক যোৰে যোৰে কপোৱা হব। মানুহ হিচাপ- নিকাচৰ স্থানৰ পৰা দলবদ্ধভাৱে ওলাব। যাতে পৃথিৱীত কৰা নিজ নিজ কৰ্মক দেখিব পাৰে।
99:7Страница 599
فَمَن يَعۡمَلۡ مِثۡقَالَ ذَرَّةٍ خَيۡرٗا يَرَهُۥ ٧
Тот, кто сделал добро весом в мельчайшую частицу, увидит его.
গতিকে যিয়ে এটা সৰু পৰুৱা এটাৰ ওজনৰ সমান ভাল কৰ্ম কৰিছে, সেয়া সি নিজৰ সন্মুখত দেখিবলৈ পাব।
99:8Страница 599
وَمَن يَعۡمَلۡ مِثۡقَالَ ذَرَّةٖ شَرّٗا يَرَهُۥ ٨
И тот, кто сделал зло весом в мельчайшую частицу, увидит его.
আনহাতে যিয়ে এটা পৰুৱাৰ ওজনৰ সমানো কু-কৰ্ম কৰিছে, সেইটোও সি নিজৰ সন্মুখত দেখিবলৈ পাব।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии