Аль-Мухтасар · Тафсир · на ассамском
المسد
Аль-Масад
Пальмовые волокна · Мекканская · 5 аятов
111:1Страница 603
تَبَّتۡ يَدَآ أَبِي لَهَبٖ وَتَبَّ ١
Да пропадут пропадом руки Абу Лахаба, и сам он пропал.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুড়া আবু লাহাব বিন আব্দুল মুত্তালিবৰ দুয়ো হাত ক্ষতিগ্ৰস্ত কাৰণ তাৰ আমল নিকৃষ্ট, আৰু তাৰ সকলো প্ৰচেষ্টা বিফল হৈছে। যেতিয়া সি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কষ্ট দিব বিচাৰিছিল।
111:2Страница 603
مَآ أَغۡنَىٰ عَنۡهُ مَالُهُۥ وَمَا كَسَبَ ٢
Не спасло его богатство и то, что он приобрел (положение в обществе и дети).
ধন, সন্তান কোনো বস্তুই তাৰ কোনো উপকাৰত অহা নাই। আৰু শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা নাই। আৰু তাক দয়াৰ পাত্ৰও বনাব পৰা নাই।
সি অনতিপলমে ক্বিয়ামতৰ দিনা লেলিহান জুইত প্ৰৱেশ হব আৰু জ্বলি থাকিব।
আৰু তাৰ স্ত্ৰী উম্মে জামিলেও তাৰ ভিতৰত প্ৰৱেশ কৰিব। যিজনীয়ে আল্লাহৰ ৰাছুলক ৰাস্তাৰ মাজত কঁটা পাতি কষ্ট দিছিল।
111:5Страница 603
فِي جِيدِهَا حَبۡلٞ مِّن مَّسَدِۭ ٥
а на шее у нее будет плетеная веревка из пальмовых волокон.
তাইৰ ডিঙিত শক্তিশালী পকোৱা টান ৰছি থাকিব, যিটো তাইৰ ডিঙিত লগাই চোঁচৰাই অগ্নিৰ ফালে লৈ যোৱা হব।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии