Аль-Мухтасар · Тафсир · на ассамском
الفلق
Аль-Фаляк
Рассвет · Мекканская · 5 аятов
হে ৰাছুল , কৈ দিয়ক যে মই প্ৰভাতৰ প্ৰতিপালকক মজবুতকৈ ধৰোঁ আৰু তেওঁৰ আশ্ৰয় বিচাৰোঁ।
কষ্টদায়ক সৃষ্টিৰ অনিষ্টৰ পৰা।
আৰু মই আল্লাহৰ আশ্ৰয় বিচাৰো সেইবোৰ কষ্টদায়ক বস্তুৰ পৰা যিবোৰ ৰাতিত ওলায়। যেনে- কীট- পতংগ, চোৰ আদি।
আৰু আল্লাহৰ আশ্ৰয় বিচাৰিছো যাদুকৰ মহিলাৰ অনিষ্টৰ পৰা, যিসকলে গাঁঠিত ফুঁ দিয়ে।
আৰু আল্লাহৰ আশ্ৰয় বিচাৰো হিংসুকৰ অনিষ্টৰ পৰা যেতিয়া সি হিংসাৰ ভাৱনাৰে কোনো কাম কৰে।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии